চিত্ৰ:Indira Miri.jpg
Indira_Miri.jpg (170 × 223 পিক্সেল, ফাইলৰ মাত্ৰা: 27 KB, MIME প্ৰকাৰ: image/jpeg)
বৰ্ণনা |
ইন্দিৰা মিৰি আছিল অসমৰ এগৰাকী শিক্ষাবিদ, অসমৰ প্রথম ফৰেষ্টৰ চীফ কন্জাৰভেটৰ মহীচন্দ্র মিৰিৰ পত্নী, বিদূষী মহিলা, এডিনবৰা বিশ্ববিদ্যালয়ত শিক্ষা লভা। তেখেতে কৰ্মজীৱনৰ আৰম্ভনিতে মেৰীয়া মন্টেছৰী-ৰ পৰা প্রত্যক্ষভাৱে দীক্ষা পাইছিল। সৰুকালত তেখেতৰ নাম মেৰেং আছিল বুলি শ্রীমতী অনুৰাধা শৰ্মা পূজাৰীয়ে তেখেতৰ মেৰেং উপন্যাসত লিখিছে। ইন্দিৰাৰ পিতৃ আছিল শ্রীযুত সোণাধৰ সেনাপতি, ঘৰ লৈছিল শ্বিলঙত। মহীৰ লগত কলিকতাত প্রেম আৰু তথাক্রমে পৰিণয় হোৱাৰ পাচত ইন্দিৰা কিছুদিন কাজিৰঙা, আৰু যোৰহাটত থাকে, লগতে মহীৰ গাঁৱৰ ঘৰতো থাকে। উক্ত সময়তে তেখেতৰ সন্তান উৎপল মিৰি আৰু মৃণাল মিৰিৰ জন্ম হয়। কাজিৰঙাত মহী ক'লাজ্বৰত ঢুকোৱাৰ পাচত ইন্দিৰাই পিতৃৰ তথা মহীৰ(আগৰ) অনুপ্রেৰণাক্রমে পঢ়া-শুনা আৰু সমাজ সেৱাত মনোনিৱেশ কৰে; আৰু অসমৰ শিক্ষা-সমাজলৈ বৃহৎ অনুদান আগবঢ়ায়। | ||
---|---|---|---|
উৎস | এই ফাইলৰ উৎসৰ বিষয়ে কোনো তথ্য নাই। অনুগ্ৰহ কৰি ফাইলৰ বিৱৰণ সম্পাদনা কৰক আৰু ইয়াৰ উৎস প্ৰদান কৰক। | ||
তাৰিখ | |||
স্বতাধিকাৰী |
| ||
অনুমতি (ফাইলৰ পুনঃব্যৱহাৰ) |
তলত চাওক |
অনুজ্ঞাপত্ৰ[সম্পাদনা কৰক]
This work is copyrighted and unlicensed. It does not fall into one of the blanket acceptable non-free content categories listed at Wikipedia:Non-free content#Images or Wikipedia:Non-free content#Audio clips. However, it is believed that the use of this work in the article "[[{{{1}}}]]" :
qualifies as fair use under United States copyright law. Any other uses of this image, on Wikipedia or elsewhere, may be copyright infringement. See Wikipedia:Non-free content and Wikipedia:Copyrights. |
ফাইলৰ ইতিবৃত্ত
ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।
তাৰিখ/সময় | ক্ষুদ্ৰ প্ৰতিকৃতি | আকাৰ | সদস্য | মন্তব্য | |
---|---|---|---|---|---|
বৰ্তমান | 06:14, 4 February 2012 | 170 × 223 (27 KB) | Psneog (আলোচনা | বৰঙণি) | ইন্দিৰা মিৰি আছিল অসমৰ এগৰাকী শিক্ষাবিদ, অসমৰ প্রথম ফৰেষ্টৰ চীফ কন্জাৰভেটৰ মহীচন্দ্র মিৰিৰ পত |
আপুনি এই ফাইলটো প্ৰতিস্থাপন কৰিব নোৱাৰে।
ফাইল ব্যৱহাৰ
তলত দিয়া 2 পৃষ্ঠাবোৰে এই ফাইলটো ব্যৱহাৰ কৰে: