সমললৈ যাওক

ইংৰাজী ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia ইংৰাজী ৱিকিপিডিয়া
soft2i
ইউ আৰ এল en.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা ইংৰাজী ভাষা es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

ইংৰাজী ৱিকিপিডিয়া (ইংৰাজী: English Wikipedia) অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ইংৰাজী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 68,37,300 প্ৰবন্ধ আছে।

পৰিসংখ্যা[সম্পাদনা কৰক]

২০২৪ চনত ইংৰাজী ৱিকিপিডিয়াৰ ৬৮,৩৭,৩০০টা প্ৰবন্ধ, ৪,৭৫,৬১,০০০ গৰাকী সম্পাদক, ৮৫৭ গৰাকী প্ৰশাসক আৰু ৯,১৮,৬৫৮টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ১,২২,৪৯,৮১,২৩৬।[1]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

ইংৰাজী ৱিকিপিডিয়া

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]