সমললৈ যাওক

তাঞ্চঙীয়া ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তাঞ্চঙীয়া
থলুৱা অঞ্চল বাংলাদেশ
অঞ্চল পাৰ্বত্য চট্টগ্ৰাম (বাংলাদেশ)
মিজোৰাম আৰু ত্ৰিপুৰা (ভাৰত)
ৰাখাইন ৰাজ্য (ম্যানমাৰ)
জাতীয়তা তাঞ্চঙীয়া জনগোষ্ঠী
স্থানীয় ভাষিক
২২,০০০
ভাষা পৰিয়াল
ভাৰত-ইউৰোপীয়
লিখন প্ৰণালী তাঞ্চঙীয়া বৰ্ণমালা
ভাষা সংকেত
ISO 639-3 tnv

তাঞ্চঙীয়া হৈছে বাংলাদেশপাৰ্বত্য চট্টগ্ৰাম, ভাৰতত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্য আৰু ম্যানমাৰৰাখাইন ৰাজ্যত প্ৰচলিত এটা ভাষা। ই এটা ভাৰত-আৰ্য ভাষা যদিও কোনো কোনো বিদ্বানৰ মতে ই তিব্বত-বৰ্মীয় ভাষা।[1][2] ইয়াৰ চাকমা আৰু চট্টগ্ৰামীয়া ভাষাৰ সৈতে ওতপ্ৰোত সম্পৰ্ক আছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "In Search History of the Tanchangya Language". Tongchangya World. 1 July 2019. https://tongchangyaworld.wordpress.com/2019/07/01/in-search-history-of-the-tanchangya-language/। আহৰণ কৰা হৈছে: 25 July 2019. 
  2. Rupak-Debnath (2008): 167