তাৰাশংকৰ বন্দ্যোপাধ্যায়
অৱয়ব
তাৰাশংকৰ বন্দ্যোপাধ্যায় | |
---|---|
জন্ম | ২৩ জুলাই, ১৮৯৮ পশ্চিমবংগৰ লাভপুৰত |
মৃত্যু | ১৯৭১ চনৰ ১৪ ছেপ্টেম্বৰ কলিকতা |
পেচা | ঔপন্যাসিক, চুটিগল্পকাৰ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | ১৯১৬ চনত তেখেতে যাদৱলাল হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ইয়াৰ পাছতেই সেণ্ট জেভিয়াৰ্স কলেজত নাম ভৰ্তি কৰে। |
উল্লেখযোগ্য বঁটা | #ৰবীন্দ্ৰ পুৰস্কাৰ (আৰোগ্য নিকেতন)
|
তাৰাশংকৰ বন্দ্যোপাধ্যায়(ইংৰাজী: Tarashankar Bandyopadhyay)হৈছে বিংশ শতাব্দীৰ এজন বঙালী কথা সাহিত্যিক।
জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]
১৮৯৮ চনৰ ২৩ জুলাইত পশ্চিমবংগৰ লাভপুৰত জন্ম গ্ৰহণ কৰে। তেখেতৰ পিতৃৰ নাম হৰিদাস বন্দ্যোপাধ্যায় আৰু মাতৃৰ নাম প্ৰভাৱতী দেৱী।[1]
শিক্ষা[সম্পাদনা কৰক]
১৯১৬ চনত তেখেতে যাদৱলাল হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ইয়াৰ পাছতেই সেণ্ট জেভিয়াৰ্স কলেজত নাম ভৰ্তি কৰে।[2]
ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]
তাৰা শংকৰ কংগ্ৰেছৰ কৰ্মী হৈ সমাজ সেৱামূলক কাম কৰে। ১৯৫৭ চনত পশ্চিমবংগৰ বিধান পৰিষদৰ সদস্য হয়।[3]
সাহিত্যৰাজি[সম্পাদনা কৰক]
উপন্যাস[সম্পাদনা কৰক]
তেখেতেৰ উপন্যাসৰ সংখ্যা ৬৫।[4] তাৰে কিছু উল্লেখ কৰা হৈছে।
- নিশিপদ্ম (১৯৬২)
- নীলকণ্ঠ (১৯৩৩)
- কালিন্দী (১৯৪০)
- গণদেবতা (১৯৪৩)
- পঞ্চগ্ৰাম (১৯৪৪)
- কবি (১৯৪৪)
- সন্দীপন পাঠশালা (১৯৪৬)
- অভিযান
- পদচিহ্ন (১৯৫০)
- উত্তৰায়ণ (১৯৫০)
- নাগিনী কন্যাৰ কাহিনী (১৯৫২)
- বিচাৰক (১৯৫৭)
- সপ্তপদী (১৯৫৮)
- বিপাশা (১৯৫৯)
- ৰাধা (১৯৫৯)
- মানুহৰ মন (১৯৫৯)
- মহাশ্বেতা (১৯৬১)
- যোগভ্ৰষ্ট (১৯৬১)
- নাগৰক (১৯৬১)
- নিশিপদ্ম (১৯৬২)
- যতিভঙ্গ (১৯৬২)
- কান্না (১৯৬২)
- কালবৈশাখী (১৯৬৩)
- জঙ্গলগড় (১৯৬৪)
- মঞ্জৰী অপেৰা (১৯৬৪)
- সংকেত (১৯৬৪)
- বসন্তৰাগ (১৯৬৪)
- স্বৰ্গমৰ্ত্য (১৯৬৫)
- বিচিত্ৰা (১৯৬৫)
- গন্না বেগম (১৯৬৫)
- হীৰাপান্না (১৯৬৬)
- মহানগৰী (১৯৬৬)
- গুৰুদক্ষিণা (১৯৬৬)
- ছায়াপথ (১৯৬৯)
- কালৰাত্ৰি (১৯৭০)
- ৰূপসী বিহঙ্গিনী (১৯৭০)
- অভিনেত্ৰী (১৯৭০)
- ফৰিয়াদ (১৯৭১)
- শতাব্দীৰ মৃত্যু (১৯৭১)
- কিষ্কিন্ধ্যা কাণ্ড (কিশোৰ উপন্যাস,১৯৭২
চুটিগল্পসম্পাদনা[সম্পাদনা কৰক]
তেখেতৰ গল্পৰ সংখ্যা ৫৩[5]
- ছলনাময়ী (১৯৩৭)
- ৰসকলি (১৯৩৯)
- তিনি শূন্য (১৯৪২)
- প্ৰতিধ্বনি (১৯৪৩)
- যাদুকৰী (১৯৪৪)
- স্থলপদ্ম (১৯৪৪)
- তেৰশ পঞ্চাশ (১৯৪৪)
- প্ৰসাদমালা (১৯৪৫)
- ৰামধনু (১৯৪৭)
- শ্ৰীপঞ্চমী
- কামধেনু (১৯৪৯)
- মাটি (১৯৫০)
- শিলাস্থান (১৯৫২)
- বিস্ফোৰণ (১৯৫৫)
- কালান্তৰ (১৯৫৬)
- বিষপাথৰ (১৯৫৭)
- চিন্ময়ী (১৯৬৪)
- নাৰী ৰহস্যময়ী (১৯৬৭)
- পঞ্চকন্যা (১৯৬৭)
- জয়া (১৯৬৮)
নাটক[সম্পাদনা কৰক]
- কালিন্দী (১৯৪২)
- বিংশ শতাব্দী (১৯৪৫)
- দ্বীপান্তৰ (১৯৪৫)
- যুগবিপ্লব (১৯৫১)
- কবি (১৯৫৭)
- কালৰাত্ৰি (১৯৫৭)
- সংঘাত (১৯৬২)
- আৰোগ্য নিকেতন (১৯৬৮
বঁটা আৰু সন্মান[সম্পাদনা কৰক]
- ৰবীন্দ্ৰ পুৰস্কাৰ (আৰোগ্য নিকেতন) [6]
- সাহিত্য অকাদেমী পুৰস্কাৰ (আৰোগ্য নিকেতন)
- জ্ঞানপীঠ পুৰস্কাৰ (গণদেবতা)
- পদ্মশ্ৰী আৰু পদ্মভূষণ উপাধি[7]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ https://bn.m.wikipedia.org/wiki/%E0%A6%A4%E0%A6%BE%E0%A6%B0%E0%A6%BE%E0%A6%B6%E0%A6%99%E0%A7%8D%E0%A6%95%E0%A6%B0_%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A7%8B%E0%A6%AA%E0%A6%BE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AF%E0%A6%BC