বাৰ্তা:সংযুক্ত মুক্তি বাহিনী, অসম
অৱয়ব
"আলফা আৰম্ভ হৈছিল আছুৰ বুকুতে। আছু যেতিয়া বিদেশী বিতাৰণ আন্দোলনৰ তুংগত আছিল তেতিয়াই জন্ম হৈছিল আলফাৰ।"এনে ধৰণৰ বাক্য যুক্তিসংগতনে? ইয়াত আছু আৰু আলফা একাকাৰ কৰা যেন বোধ হৈছে৷ গতিকে এনে বাক্য ঠিক নহ'ব৷ Anjal Borah (talk) 07:10, 5 এপ্ৰিল 2012 (UTC)