সমললৈ যাওক

শোণিতপুৰ (লোকসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা


শোণিতপুৰ লোকসভা সমষ্টি (ইংৰাজী: Sonitpur Lok Sabha constituency) অসমৰ নতুন এটা লোকসভা সমষ্টি। ই অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

বিধানসভাৰ সমষ্টিসমূহ[সম্পাদনা কৰক]

তেজপুৰ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে[1]:

  1. ঢেঁকীয়াজুলি বিধানসভা সমষ্টি
  2. বৰচলা বিধানসভা সমষ্টি
  3. তেজপুৰ বিধানসভা সমষ্টি
  4. ৰঙাপাৰা বিধানসভা সমষ্টি
  5. চতিয়া বিধানসভা সমষ্টি
  6. বিশ্বনাথ বিধানসভা সমষ্টি
  7. বিহালী বিধানসভা সমষ্টি (অনুস
  8. নদুৱাৰ বিধানসভা সমষ্টি

লোকসভাৰ সদস্যসকল[সম্পাদনা কৰক]

নিৰ্বাচন নাম দল
২০২৪ ৰঞ্জিত দত্ত ভাৰতীয় জনতা পাৰ্টি

[2]


লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ‌[সম্পাদনা কৰক]