সাঁচ:আজিৰ আপুনি জানেনে-২৫
অৱয়ব
![](http://chped.net/https/upload.wikimedia.org/wikipedia/as/thumb/d/d6/%E0%A6%AC%E0%A6%A1%E0%A6%BC%E0%A7%8B_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF_%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A7%B0_%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A6%95_%E0%A6%9A%E0%A6%BF%E0%A6%B9%E0%A7%8D%E0%A6%A8.jpeg/75px-%E0%A6%AC%E0%A6%A1%E0%A6%BC%E0%A7%8B_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF_%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A7%B0_%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A6%95_%E0%A6%9A%E0%A6%BF%E0%A6%B9%E0%A7%8D%E0%A6%A8.jpeg)
- ...যে ১৯৫২ চনৰ ১৬ নৱেম্বৰত কোকৰাঝাৰ জিলাৰ বসুগাঁওত বড়ো সাহিত্য সভাৰ গঠন কৰা হৈছিল?
- ...যে মে ডাম মে ফি উৎসৱত পালন কৰা নিয়মসমূহক তাঈ আহোম ভাষাত খ্য়েক-লাই বুলি জনা যায়?
- ...যে মেচ'পটেমিয়া হৈছে টাইগ্ৰীচ আৰু ইউফ্ৰেটিচ নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এক প্ৰাচীন সভ্যতা?
- ...যে বিশ্ব ৰক্তদাতা দিৱস প্ৰতি বছৰে ১২ জুন তাৰিখে সমগ্ৰ বিশ্বতে সজাগতামূলক দিৱস হিচাপে পালন কৰা হয়?
- ...যে নৱকান্ত বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম হৈছে এখুদ ককাইদেউ?