সমললৈ যাওক

১৫ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

১৫ মে' (ইংৰাজী: 15 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৫তম (অধিবৰ্ষত ১৩৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩০টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৭৭৬ - প্ৰথম বাষ্প চালিত বা ভাপ ইঞ্জিন চালিত জাহাজ বনোৱা হৈছিল।

জন্ম[সম্পাদনা কৰক]

  • ১৮১৭ - দেৱেন্দ্ৰনাথ ঠাকুৰ, ভাৰতীয় দাৰ্শনিক আৰু লেখক।
  • ১৮৯৩ - লক্ষ্মীনাথ দাস, অসমীয়া বিজ্ঞানী, উদ্যোগী, উদ্ভাৱক আৰু অধ্যাপক।
  • ১৯০৭ - সুখদেৱ থাপাৰ, ভাৰতীয় মুক্তিযোদ্ধা। (মৃত্য়ুঃ ১৯৩১)
  • ১৯৬৭ - মাধুৰী দীক্ষিত, ভাৰতীয় বোলছবি অভিনেত্ৰী।
  • ১৯৮৫ - তথাগত মুখোপাধ্যায়, ভাৰতীয় অভিনেতা।
  • ২০০৩ - প্ৰবীণ কুমাৰ, ভাৰতীয় পেৰা হাই জাম্প এথলীট।

মৃত্যু[সম্পাদনা কৰক]

  • ১৮৮৬ - এমিলী ডিকিনছন্, মাৰ্কিন কবি।
  • ২০০৩ - ইলোৰা ৰায়চৌধুৰী, ভাৰতীয় সমাজকৰ্মী। মৰণোত্তৰভাৱে নেত্ৰদান আৰু দেহদান কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা।

দিৱস[সম্পাদনা কৰক]

ছুটি আৰু অন্যান্য[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]


বাহ্যিক সংযোগ[সম্পাদনা কৰক]