ৰামামাত্য
অৱয়ব
ৰামামাত্য। | |
---|---|
জন্ম | ষোড়শ শতাব্দীত বিজয়নগৰ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
ৰামামাত্য (ইংৰাজী: RAMAMATYA) হৈছে এগৰাকী সংগীতজ্ঞ। [1]
জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]
ষোড়শ শতাব্দীত ৰামামাত্যৰ জন্ম হয়। তেওঁ বিজয়নগৰৰ বাসিন্দা আছিলে। তেওঁৰ পিতৃৰ নাম আছিল তিম্বৰাজ।[2]
সঙ্গীত শিক্ষা[সম্পাদনা কৰক]
পণ্ডিত ৰামামাত্যই ৰজা সদাশিৱ ৰায়ৰ প্ৰেৰণা লাভ কৰি তেওঁৰ অধীনত থাকি সংগীত জগতত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ
সঙ্গীত জগতলৈ অৱদান[সম্পাদনা কৰক]
তেওঁ নিজেই 'স্বৰ মেল' ৰচনা কৰে। তেওঁৰ ৰচিত গ্ৰন্থখন ১৫৫০ খ্ৰীষ্টাব্দত সংস্কৃত ভাষাত লিখা হয়।
সন্মান[সম্পাদনা কৰক]
ৰজা সদাশিৱ ৰায়ে তেওঁ অমাত্য উপাধিৰে ঘোষিত কৰিছিল।[3]
মৃত্যু[সম্পাদনা কৰক]
ষোড়শ শতাব্দীৰ শেষাৰ্দ্ধত তেওঁৰ দেহাৱসান ঘটে।